কোনো এঠাইতকোনো প্ৰকাৰে

কোনো কোনো (Assamese) [ Roman: ko`.no ko`.no]
Contributed by: Biraj Kumar Kakati on 2008-03-01
1. (Pronoun) Any of various alternatives; may be men, dates, goods, etc. অনিশ্চিত অৰ্থত ব্যৱহাৰ হয়; বহুতৰ মাজৰ কোনোবাই

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
2. (Pronoun-Common) some of the people or a few people এজন-দুজন মানুহ বা অনিৰ্দ্দিষ্ট সংখ্যক লোক; যেনেঃ দুই-একে/কোনো-কোনোৱে কথাটো জানে ৷